Wednesday, October 5, 2022
HomeNewsআইডব্লিউএল কোৱালিফায়াৰ্ছত বৃহৎ পৰাজয় গুৱাহাটী চিটী এফচিৰ

আইডব্লিউএল কোৱালিফায়াৰ্ছত বৃহৎ পৰাজয় গুৱাহাটী চিটী এফচিৰ

অলিম্পিয়া প্ৰতিবেদন

মহিলা ফুটবলৰ শীৰ্ষ ৰাষ্ট্ৰীয় লীগ আইডব্লিউএলৰ কোৱালিফায়াৰ্ছত প্ৰথম মেচত শোচনীয়ভাৱে পৰাস্ত হৈছে গুৱাহাটী চিটি এফ চি (জিচিএফচি) ৷ শুকুৰবাৰে নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত গুজৰাটৰ আৰা এফচিয়ে জিচিএফচিক ১২-০ গ’লৰ বৃহৎ ব্যৱধানত হৰুৱায় ৷ যুৱ আৰু অনভিজ্ঞ খেলুৱৈৰে গঠিত জিচিএফচি দলক ৰাষ্ট্ৰীয় দলৰ খেলুৱৈৰে গঠিত গুজৰাটৰ দলটোৱে খেলৰ আৰম্ভণিৰে প্ৰচণ্ড চাপত ৰাখে আৰু প্ৰথমাৰ্ধতে গুৱাহাটীৰ দলটোৱে চাৰিটা গ’ল খায় । দ্বিতীয়াৰ্ধতো একে খেল অব্যাহত ৰাখে আৰা এফচিয়ে ৷ একেদিনাই দ্বিতীয়খন খেলত মণিপুৰৰ য়ুথ ৱেলফেয়াৰ ক্লাবে হিমাচল প্ৰদেশৰ গোলাজো এফচিক ৪-০ গ’লত পৰাস্ত কৰে ৷ ৩ এপ্ৰিলত জিচিএফচি য়ুথ ৱেলফেয়াৰ ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments