Tuesday, October 4, 2022
HomeNewsজুনিয়ৰ আন্তঃজিলা ফুটবল; গুৱাহাটী দল ঘোষণা

জুনিয়ৰ আন্তঃজিলা ফুটবল; গুৱাহাটী দল ঘোষণা

অলিম্পিয়া প্রতিবেদন

অহা ১৮ অক্টোবৰৰ পৰা টিহুত আৰম্ভ হ’ব লগা ৫৭ সংখ্যক জুনিয়ৰ (অনুৰ্ধ ১৭) আন্ত:জিলা ফুটবল প্ৰতিযোগিতাৰ বাবে গুৱাহাটী দলটো ঘোষণা কৰিছে গুৱাহাটী ক্ৰীড়া সংস্থাই ৷ যোৱা ৭ অক্টোবৰৰ পৰা চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হোৱা তিনিদিনীয়া বাছনি শিবিৰত যোগ দিয়া শতাধিক খেলুৱৈৰ মাজৰপৰা ২০জনীয়া দলটো বাছনি কৰা হয় ৷

নিৰ্বাচিত খেলুৱৈসকল হ’ল:
গ’লকীপাৰ: দেৱাংগ বল্লভ দাস, ৰায়ুস মিলি
ডিফেণ্ডাৰ: ৰাইফুল হুছেইন, পাৰ্থপ্ৰতিম শইকীয়া, বীৰজিৎ লাইশ্ৰাম, সৌৰভ চক্ৰৱৰ্তী, কিৰণ হাজোৱাৰী, ৰুৱান থাউমুং, ৰয় ৰাজকুমাৰ, সুৱৰ্ণ কুমাৰ বড়ো
মিডফিল্ডাৰ: অজিত থাপা, জ্যোতিৰ্ময় দাস, মানস প্ৰতীম নাথ, দীপাংকৰ হাজৰিকা, মাৰফিন ইলাহী
ফৰৱাৰ্ড: অবিনাশ বড়ো, ৰুদ্ৰেশ্বৰ থাপা, কৰণ মানিক চৌধুৰী, আলতাফ আলী, শৈলেন্দ্ৰ প্ৰসাদ
ষ্টেণ্ড বাই: সঞ্জয় কলিতা (গ’লকীপাৰ), হিশান দাস (মিডফিল্ডাৰ), পুৰু ৰাজ বৰ্মন (ডিফেণ্ডাৰ), আৰমান আলী (ডিফেণ্ডাৰ), চিন্টুজিৎ দৈমাৰী (মিডফিল্ডাৰ), প্ৰমিত কুৱেৰি (ফৰৱাৰ্ড), নিখিল দাস (ফৰৱাৰ্ড) ৷
দলটোৰ মুখ্য প্ৰশিক্ষক ৰাজকুমাৰ সিং ৷ সহকাৰী প্ৰশিক্ষক বিতোপন সোণোৱাল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments