Wednesday, October 5, 2022
HomeNewsবুধবাৰে গুৱাহাটীত ৰাজ্যিক জিমনাষ্টিকছ

বুধবাৰে গুৱাহাটীত ৰাজ্যিক জিমনাষ্টিকছ

অলিম্পিয়া প্ৰতিবেদন

৩০ মাৰ্চ অৰ্থাৎ বুধবাৰে দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৩১ সংখ্যক আন্ত:জিলা জিমনাষ্টিকছ প্ৰতিযোগিতা । কামৰূপ জিমনাষ্টিকছ সন্থাৰ সহযোগত অসম জিমনাষ্টিকছ সন্থাই এই উপলক্ষে বুধবাৰে দিনৰ ২.৩০ বজাত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰিছে । ইয়াত উপষ্ঠিত থাকিব ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু ভাৰতীয় জিমনাষ্টিকছ ফেডাৰেচনৰ সভাপতি সুধীৰ মিট্ৰাল । উক্ত অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে সন্থাৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ৰূপক শৰ্মা, সম্পাদক উজ্জ্বল বৰুৱা, কামৰূপ জিলা সন্থাৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী আৰু সম্পাদক ইভা দত্তই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments