Wednesday, October 5, 2022
HomeNewsৰাষ্ট্ৰীয় ছিনিয়ৰ হেণ্ডবললৈ অসম দল

ৰাষ্ট্ৰীয় ছিনিয়ৰ হেণ্ডবললৈ অসম দল

✍️নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অহা ২৯ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া মহিলা ৰাষ্ট্ৰীয় ছিনিয়ৰ হেণ্ডবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ উদ্যেশ্যে অসমৰ মহিলা দলটো অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীয়ে ঘোষণা কৰিছে । খেলুৱৈ সকলৰ নাম–দুলুমনি কলিতা, ৰিম্পী খঙিয়া, দুলুমনি দাস, জানিকা মুণ্ডা, স্বপ্ন চাউৰা, ভাৰতী বড়ো, প্ৰিয়লতা মহন্ত, নিৰ্জুমনি গগৈ, কনিকা বসুমতাৰী, বন্তি বড়ো, ভূমিকা বড়ো, পৰিস্মিতা দাস, পূজা বড়ো, পুনীতা ৰহাং, বাৰ্বি মৰাণ আৰু নমিতা বড়ো । দলটোৰ প্ৰশিক্ষক হিচাপে চনু শৰ্মা আৰু মেনেজাৰ হিচাপে পবিত্ৰ বৰুৱাক অন্তৰ্ভুক্ত কৰা হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments