Wednesday, October 5, 2022
HomeNewsৰাষ্ট্ৰীয় জুনিয়ৰ হেণ্ডবললৈ অসম দলৰ ৰাওনা

ৰাষ্ট্ৰীয় জুনিয়ৰ হেণ্ডবললৈ অসম দলৰ ৰাওনা

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অহা ৩১মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাডাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ (ল’ৰা) হেণ্ডবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ বাবে বুধবাৰে অসম দলটো ৰাওনা হৈছে । এইকথা জনাইছে অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীয়ে । দলটোৰ খেলুৱৈসকল হ’ল– বিবেকজ্যোতি মৰাণ (তিনিছুকীয়া), অৰবিন্দ মৰাণ (ডুমডুমা), নিহাল চাহু, বিকাশ চাহু (শিৱসাগৰ), ৰমন কুমাৰ (প্ৰাগজ্যোতিষপুৰ), কৌশিক তামুলী (তেজপুৰ), গুটহাল বসুমতাৰী (বাস্কা), কৃষ্ণ দেউৰী (যোৰহাট), অনিকেত পাল (মৰিয়নী), অৱিনাশ ৰেগন (লক্ষ্মীমপুৰ), ৰেকিবুদ্দিন আহমেদ (নলবাৰী), লক্ষ্যজ্যোতি পাটৰ (নগাঁও), প্ৰাঞ্জিত দাস (নলবাৰী), চন্দন নাথ (মৰিগাওঁ) ৰফিকুল আলী (গুৱাহাটী) আৰু কৌশিক ৰয় (ধুবুৰী)। দলটোৰ প্ৰশিক্ষক-ললিত মেচ আৰু মেনেজাৰ-পাৰ্থ সাহা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments