Wednesday, October 5, 2022
HomeNewsচেন্নাই চুপাৰ কিংছত মোক্ষম আঘাত: ৰাইনাৰ পিছত হৰভজনেও প্ৰত্যাহাৰ কৰিব পাৰে নাম

চেন্নাই চুপাৰ কিংছত মোক্ষম আঘাত: ৰাইনাৰ পিছত হৰভজনেও প্ৰত্যাহাৰ কৰিব পাৰে নাম

অলিম্পিয়া প্ৰতিবেদন

ইটোৰ পিছত সিটো মোক্ষম আঘাতৰ সন্মুখীন হৈছে মহেন্দ্ৰ সিং ধোনি নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ। প্ৰথমে এগৰাকী মুখ্য বলাৰৰ লগতে বহুকেইজন ষ্টাফ ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত হঠাৎ দলটোৰ নিৰ্ভৰযোগ্য ক্ৰিকেটাৰ সুৰেশ ৰাইনাই ব্যক্তিগত কাৰণত স্বদেশলৈ ঘূৰি অহাত বিপদত পৰে দলটো।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি চেন্নাই ছুপাৰ কিংছৰ এগৰাকী অন্যতম মুখ্য বলাৰ হৰভজন সিঙেও হয়তো টুৰ্ণামেণ্টখনৰ পৰা প্ৰত্যাহাৰ কৰিব পাৰে নিজৰ নাম। হৰভজন সিং বৰ্তমানলৈ ইউ এ ইত উপস্থিত হোৱাগৈ নাই। অৱশ্যে তেওঁ এতিয়াও এই সম্পৰ্কে দলীয় কৰ্তৃপক্ষক জনোৱা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments