Tuesday, October 4, 2022
HomeNewsপুনৰ ভাৰতীয় দলৰ হৈ টী-২০ খেলাৰ ইচ্ছা প্ৰকাশ হৰভজন সিঙৰ

পুনৰ ভাৰতীয় দলৰ হৈ টী-২০ খেলাৰ ইচ্ছা প্ৰকাশ হৰভজন সিঙৰ

অলিম্পিয়া বাৰ্তা

ভৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অফ স্পীনাৰ হৰভজন সিঙে পুনৰ দেশৰ হৈ টী-২০ খেলাৰ ইচ্ছা ব্যক্ত কৰিছে। ২০১৬ চনত জাতীয় দলৰ হৈ শেষবাৰৰ বাবে ক্রিকেট গ্ৰাউণ্ডত অৱতীৰ্ণ হোৱা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দৃঢ়তাৰে কয় যে আই পি এলৰ দৰে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলে অংশগ্রহণ কৰা, সৰু বাউণ্ডেৰীৰ টুৰ্ণামেণ্টত সফল হ’ব পাৰিলে আন্তর্জাতিক ক্রিকেটতো তেওঁ সফল হ’ব পাৰিব । উল্লেখযোগ্য যে মুম্বাই ইণ্ডিয়ানছৰ হৈ ১০টা ছিজনত আই পি এলত অৱতীৰ্ণ হোৱা ভাজ্জীয়ে পাছলৈ চেন্নাই ছুপাৰ কিংছৰ সৈতে ২ কোটি টকাত চুক্তিবদ্ধ হৈছিল আৰু ২০১৯ চনৰ আই পি এলত ১১খন মেচত ৭.০৯ ইকনমি ৰেটেৰে ১৬টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments