Tuesday, October 4, 2022
HomeNewsহৰভজন সিঙৰ ঘৰলৈ আহিল নতুন সদস্য

হৰভজন সিঙৰ ঘৰলৈ আহিল নতুন সদস্য

অলিম্পিয়া প্রতিবেদন

ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ ঘৰলৈ আগমন ঘটিল এটি নতুন সদস্যৰ। পুত্ৰ সন্তানৰ পিতৃ হ’ল প্ৰাক্তন ক্ৰিকেটাৰগৰাকী। পত্নী গীতা বচৰাই শনিবাৰে জন্ম দিয়ে পুত্ৰ সন্তানটো। হৰভজনে এই কথা সদৰী কৰে তেওঁৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে। উল্লেখযোগ্য যে, এয়া হৈছে তেওঁলোকৰ দ্বিতীয়টো সন্তান। ইয়াৰ আগতে তেওঁলোকৰ এটি কন্যা সন্তান জন্ম পাইছিল ২০১৬ চনত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments