Tuesday, July 5, 2022
HomeNewsকৃষকৰ আন্দোলনলৈ সমৰ্থন প্ৰাক্তন স্পীনাৰ হৰভজন সিঙৰ

কৃষকৰ আন্দোলনলৈ সমৰ্থন প্ৰাক্তন স্পীনাৰ হৰভজন সিঙৰ

কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰা কৃষকসকলৰ সমৰ্থনত এইবাৰ মাত মাতিলে প্ৰাক্তন ভাৰতীয় স্পীনাৰ হৰভজন সিঙে।

কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষী আইনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কৃষকৰ আন্দোলনে ভয়াবহ ৰূপ ধাৰণ কৰিছে।ইতিমধ্যে পঞ্জাৱ, হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ কৃষকে লগত খাদ্যবস্তু লৈ আন্দোলন কৰিবলৈ দিল্লীলৈ আগবাঢ়ি গৈ সীমান্তত ৰৈছেগৈ। দিল্লী আৰক্ষীয়ে তেওঁলোকক দিল্লীত প্ৰৱেশ কৰিবলৈ দিয়া নাই যদিও দিল্লাী চৰকাৰে তেওঁলোকক অতিথি আখ্যা দিছে।

কৃষকৰ আন্দোলন মষিমূৰ কৰিবলৈ আৰক্ষীয়ে কৃষকক অত্যাচাৰ কৰিছে যদিও কৃষকসকলে প্ৰতিবাদ তীব্ৰতৰ হে কৰিছে। এনে সময়তে ভাৰতৰ প্ৰাক্তন স্পীনাৰ হৰভজন সিঙে কৃষকৰ সমৰ্থনত টুইটাৰত নিজৰ মত আগবঢ়াইছে। তেওঁ কৈছে, কৃষক আমাৰ অন্নদাতা।আমি অন্নদাতাক কিছু সময় দিয়া উচিত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments