Monday, October 3, 2022
HomeNewsহাতীলোং ফুটবল কচিং চেন্টাৰ চেম্পিয়ন

হাতীলোং ফুটবল কচিং চেন্টাৰ চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন

লখিমপুৰত নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত আৰু কাৰচাং ক্লাবৰ উদ‍্যোগত অনুস্থিত কাৰচাং প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে অনুস্থিত চূড়ান্ত খেলত হাতীলোং ফুটবল কচিং চেন্টাৰে টি চি হিৰৌ বান্দৰদোৱাক টাইব্ৰেকাৰৰ জড়িয়তে ৪-৩ গ’লৰ ব‍্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে । নিৰ্ধাৰিত সময়ত খেলখন গ’লশূন্য ড্ৰ হৈ থকাত ৰেফাৰীয়ে পেণাল্টী শ্বূট আউটৰ সহায় লয় । টাইব্ৰেকাৰত হাতীলোং দলে ৪ টা গ’ল দিয়াৰ বিপৰীতে বান্দৰদোৱাৰ দলটোৱে ৩ টা শ্বটহে গ’ললৈ ৰূপান্তৰিত কৰে । হাতীলোং ফুটবল কচিং চেন্টাৰৰ দিগন্ত সোনোৱালে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বটা লাভ কৰে । প্ৰতিযোগিতা খনত ১৬ টা দলে অংশগ্ৰহণ কৰিছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments