Thursday, July 7, 2022
HomeNewsমই পাৰিলে লাভলীনাক DC পাতি দিলোহেঁতেন: ডঃ হিমন্ত বিশ্ব শৰ্মা

মই পাৰিলে লাভলীনাক DC পাতি দিলোহেঁতেন: ডঃ হিমন্ত বিশ্ব শৰ্মা

অলিম্পিয়া প্ৰতিবেদন

মই পাৰিলে লাভলীনাক DC পাতি দিলোহেঁতেন। হিমা দাস আৰু লাভলীনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীজনে আজি সংবাদমাধ্যমৰ আগত কয় যে ছ’চিয়েল মিডিয়াত হিমা দাসক ডি এছ পি নিযুক্তি দিয়াৰ বাবে যিদৰে সমালোচনা কৰা হৈছে সেয়া উচিত নহয়। এইখিনিতে পি ভি সিন্ধুৰ প্ৰসংগ উল্লেখ কৰি কয় যে পি ভি সিন্ধুক ভাল পদবী দিয়া হৈছে। লাভলীনা আৰু হীমাক আমি যিমান দিলেও কম হ’ব। লাভলীনাক পাৰিলে মই উপায়ুক্ত কৰি দিলোহেঁতেন – মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰাৰ লগতে এইসকল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কথা উল্লেখ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments