Wednesday, October 5, 2022
HomeNewsআই চি চি বিশ্বকাপত ভাৰতৰ ক্ৰমাগত দ্বিতীয় জয়

আই চি চি বিশ্বকাপত ভাৰতৰ ক্ৰমাগত দ্বিতীয় জয়

আই চ চি মহিলা বিশ্বকাপ ক্ৰিকেটত ভাৰতে আজি নিজৰ দ্বিতীয়খন মেচত বাংলাদেশ দলক ১৮ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় মহিলা দলটোৱে প্ৰথমে বেটিং কৰি ৬ উইকেটৰ বিনিময়ত ২০ অভাৰত ১৪২ ৰান কৰাৰ বিপৰীতে বাংলাদেশ ক্ৰিকেট দলটোৱে ৮ উইকেটৰ বিনিময়ত ১২৪ ৰান কৰি ১৮ ৰানত পৰাস্ত হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments