Tuesday, October 4, 2022
HomeNewsভাৰতৰ পৰা ২০২১ চনৰ টি-২০ বিশ্বকাপ স্থানান্তৰ কৰাৰ ভাবুকি আই চি চিৰ

ভাৰতৰ পৰা ২০২১ চনৰ টি-২০ বিশ্বকাপ স্থানান্তৰ কৰাৰ ভাবুকি আই চি চিৰ

অলিম্পিয়া বাৰ্তা

ভাৰতত অনুষ্ঠিত হোৱা আই চি চিৰ টুৰ্ণামেণ্টত বি চি চি আই-এ চৰকাৰৰ পৰা কৰ ৰাহি কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত ২০২১ চনত ভাৰতত অনুষ্ঠিত হ’ব লগা টি-২০ বিশ্বকাপ ভাৰতৰ পৰা স্থানান্তৰ কৰাৰ ভাবুকি প্ৰদান কৰিছে ইণ্টাৰ নেশ্যনেল কিক্ৰেট কাউঞ্চিল চমুকৈ আই চি চিয়ে।

‘আউটলুকে’ প্ৰকাশ কৰা বাতৰি অনুসৰি, বিগত কেইটামান সপ্তাহত আই চি চি আৰু ব’ৰ্ড অব্ কণ্ট্ৰ’ল ফৰ ক্ৰিকেট ইন ইণ্ডিয়াৰ মাজত হোৱা চমু ই-মেইল বাৰ্তালাপত আই চি চিয়ে উল্লেখ কৰিছে যে বি চি চি আয়ে ভাৰত চৰকাৰৰ পৰা কৰ ৰাহি কৰাত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা টুৰ্ণামেণ্টখন স্থানান্তৰ কৰাত আই চি চিৰ অধিকাৰ আছে।

বাতৰিটোত উল্লেখ কৰা অনুসৰি, ভাৰত চৰকাৰে কৰ ৰাহি নিদিয়াৰ বাবে ২০১৬ চনত ভাৰতত অনুষ্ঠিত টি-২০ বিশ্ব কাপত ২০ৰ পৰা ৩০ মিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হৈছিল বুলি আই চি চিয়ে অভিযোগ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments