Sunday, October 2, 2022
HomeNewsআইচ স্কেটিং ৰাষ্ট্ৰীয় কৰ্মশালাত অসমৰ দুগৰাকী স্কেটাৰ

আইচ স্কেটিং ৰাষ্ট্ৰীয় কৰ্মশালাত অসমৰ দুগৰাকী স্কেটাৰ

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় আইচ স্কেটিং সন্থাৰ সৌজন্যত ভাৰতীয় আইচ এণ্ড ৰোলাৰ স্কেটিং ফাইণ্ডেচনে হাৰিয়ানাৰ গুৰগ্ৰামত বুধবাৰ অৰ্থাৎ ২ মাৰ্চৰ পৰা ৭ দিনিয়াকৈ আৰম্ভ কৰিছে আইচ স্পীড স্কেটিং আৰু ফিগাৰ স্কেটিঙৰ কৰ্মশালা ৷ গুৰগ্ৰামৰ এম্বিয়েঞ্চ মলত অনুষ্ঠিত এই কৰ্মশালালৈ অসম আইচ স্কেটিং সন্থাই দুগৰাকী অভিজ্ঞ স্কেটাৰক প্ৰেৰণ কৰিছে ৷ তেওঁলোক হ’ল– স্বপন কুমাৰ পাল আৰু দীপজ্যোতি শইকীয়া ৷ এই কথা জনাইছে অসম আইচ স্কেটিং সন্থাৰ সভাপতি ৰমেন চমুৱা আৰু সম্পাদক মানবেন্দ্ৰ মেধিয়ে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments