Friday, September 30, 2022
HomeNewsআজি দ্বিতীয় এদিনীয়া; সমতা স্থাপন কৰিব ভাৰতে

আজি দ্বিতীয় এদিনীয়া; সমতা স্থাপন কৰিব ভাৰতে

আজি ভাৰত আৰু নিউজিলেণ্ডৰ দ্বিতীয় এদিয়া। প্ৰথমখন এদিনীয়াত নিউজিলেণ্ডৰ হাতত ভাৰত পৰাস্ত হোৱাৰ পিছত আজি ভাৰতে সমতা স্থাপন কৰিবলৈ খেলপথাৰত নামিছে। ইতিমধ্যে নিউজিলেণ্ড দলে ৫০ অভাৰত ৮ উইকেটৰ বিনিময়ত ২৭৩ ৰান কৰিবলৈ সক্ষম হৈছে। ২৭৩ ৰানৰ লক্ষ্য আগত লৈ ক্ৰিজত নামা ভাৰতীয় দলে বৰ্তমানলৈকে মায়ংক আগৰৱাল আৰু পৃথিৱী শ্বৰ উইকেট হেৰুৱাই ৪৩ ৰান কৰিবলৈ সক্ষম হৈছে।

ফটো – বি চি চি আই

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments