Sunday, October 2, 2022
HomeNewsভাৰত বনাম নিউজিলেণ্ড: নিউজিলেণ্ডৰ সন্মুখত ২৯৭ ৰানৰ লক্ষ্য

ভাৰত বনাম নিউজিলেণ্ড: নিউজিলেণ্ডৰ সন্মুখত ২৯৭ ৰানৰ লক্ষ্য

নিউজিলেণ্ডত অনুষ্ঠিত হৈ থকা ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ এদিনীয়া শৃংখলাৰ আজি অন্তিমখন মেচত ভাৰতে প্ৰথমে বেট ধৰি ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৯৬ ৰান কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ কে এল ৰাহুলে এক দৰ্শনীয় শতকীয় ইনিংছ খেলে। তাৰ বিপৰীতে শ্ৰেয়াছ আয়াৰে ৬২, পৃথ্বী শ্ব’ই ৪০ আৰু মনিষ পাণ্ডেই ৪২ ৰানৰ বৰঙণি আগবঢ়ায়। নিউজিলেণ্ডে ভাৰতক ২-০ ব্যৱধানত পৰাস্ত কৰি ইতিমধ্যে শৃংখলা জয় কৰিছে। টি-টুৱেন্টিৰ শৃংখলাটোত নিউজিলেণ্ডক হোৱাইটৱাছ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় দলটোৱে এদিনীয়া শৃংখলাটোত একেধৰণৰ প্ৰদৰ্শন অব্যাহত ৰাখিব নোৱাৰিলে। আজিৰ মেচখন ভাৰতৰ বাবে এক সন্মান ৰক্ষাৰ যুঁজ হিচাপে চিহ্নিত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments