Friday, September 30, 2022
HomeNewsশ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা জয় ভাৰতৰ:জিলিকিল শ্ৰেয়াস, জাদেজা

শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা জয় ভাৰতৰ:জিলিকিল শ্ৰেয়াস, জাদেজা

অলিম্পিয়া প্ৰতিবেদন

ভ্ৰমণকাৰী শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলাটো ২-০ ৰ অগ্ৰগতিৰে জয় কৰিলে ভাৰতীয় দলে । শনিবাৰে উত্তৰাখণ্ডৰ ধৰমশালা ষ্টেডিয়ামত ভাৰতে ৭ উইকেটত পৰাস্ত কৰে দ্বীপ ৰাষ্ট্ৰখনক । শ্ৰীলংকাই প্ৰথমে বেট ধৰি ৫ উইকেটত কৰে ১৮৩ ৰাণ । দলৰ পাথুম নিচ্ছানকাই ৭৫ আৰু শ্বানাকাই ৪৭ ৰাণ কৰে । প্ৰত্যুত্তৰত ভাৰতে ১৭.১ অভাৰত ৩ উইকেটত ১৮৬ ৰাণ কৰি বিজয় সাব্যস্ত কৰে । ভাৰতৰ শ্ৰেয়াস আয়াৰে ৭৪, ৰবীন্দ্ৰ জাদেজাই ১৮ টা বলত ৪৫ আৰু সঞ্জু চেমছনে ৩৯ ৰাণৰ বৰঙণি যোগায় । মেন অৱ দ্য মেচৰ ট্ৰফী লাভ কৰে শ্ৰেয়াস আয়াৰে । দুয়ো দলৰ মাজত শেষৰখন টি-২০ মেচ ধৰমশালাতে দেওবাৰে অনুষ্ঠিত হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments