Tuesday, October 4, 2022
HomeNewsটিম ইণ্ডিয়াৰ দুই জনপ্ৰিয় ক্ৰিকেটাৰৰ নৃত্য ভাইৰেল হৈছে চচিয়েল মিডিয়াত; আপুনিও উপভোগ...

টিম ইণ্ডিয়াৰ দুই জনপ্ৰিয় ক্ৰিকেটাৰৰ নৃত্য ভাইৰেল হৈছে চচিয়েল মিডিয়াত; আপুনিও উপভোগ কৰক এই নৃত্য

টিম ইণ্ডিয়াৰ দুই জনপ্ৰিয় তাৰকাৰ এক বিশেষ নৃত্য ভাইৰেল হৈছে চচিয়েল মিডিয়াত। নিউজিলেণ্ডক তেওঁলোকৰ গৃহতে পৰাস্ত কৰি টি-২০ শৃংখলা দখল কৰাৰ উপৰিও হোৱাইটৱাছ কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এই বিজয়ৰ পিছতে টিম ইণ্ডিয়াৰ দুই তৰুণ তাৰকা চাহাল আৰু শ্ৰেয়াছ আয়াৰে এক বিশেষ নৃত্য প্ৰদৰ্শন কৰে। টিম ইণ্ডিয়াৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এই ভিডিঅ’ প্ৰচাৰ কৰাৰ লগে লগে এতিয়া ভাইৰেল হৈ পৰিছে এই নৃত্য।

https://www.instagram.com/p/B8D_Ml0AMNK/?utm_source=ig_web_button_share_sheet
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments