Sunday, October 2, 2022
HomeNewsৰঞ্জি ট্ৰফিত ৱাছিম জাফৰৰ ১২,০০০ ৰান; সৃষ্টি হ'ল অভিলেখ

ৰঞ্জি ট্ৰফিত ৱাছিম জাফৰৰ ১২,০০০ ৰান; সৃষ্টি হ’ল অভিলেখ

  • ৰঞ্জি ট্ৰফিত ৱাছিম জাফৰে গঢ়িলে এক অভিলেখ।
  • ৰঞ্জি ট্ৰফিট ১২,০০০ ৰান সংগ্ৰহ কৰা প্ৰথম গৰাকী বেটছমেনলৈ পৰিগণিত হৈছে ৱাছিম জাফৰ।
  • কেৰেলাৰ বিৰুদ্ধে কালি অনুষ্ঠিত ৰঞ্জি ট্ৰফিৰ মেচত এই অভিলেখ সৃষ্টি কৰিলে ৱাছিমে।
  • ইতিমধ্যে ১৫০ খন ৰঞ্জি মেচত অংশগ্ৰহণ কৰি বিদৰ্ভৰ খেলুৱৈগৰাকীয়ে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।
  • ৱাছিম জাফৰে ভাৰতৰ হৈ ইতিমধ্যে ৩১ খন টেষ্ট অৰু দুখন এদিনীয়াত অংশ লৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments