- চলিত নিউজিলেণ্ড ভ্ৰমণত ভাৰতীয় মহিলা হকী দলে চতুৰ্থ খেলত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
- মঙলবাৰে ভাৰতীয় মহিলা হকী দলটোৱে গ্ৰেট ব্ৰিটেইনক ১-০ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হৈছে।
- ভাৰতৰ হৈ একমাত্ৰ গ’লটো দিয়ে অধিনায়ক ৰাণী ৰামপালে।
- ইয়াৰ আগতে ভাৰত নিউজিলেণ্ডৰ হাতত ক্ৰমাগতভাৱে দুখন খেলত পৰাস্ত হৈছিল আৰু নিউজিলেণ্ডৰ ঘৰুৱা ডেভলেপমেণ্টক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।
ভাৰতীম মহিলা হকী দলে পৰাস্ত কৰিলে গ্ৰেট ব্ৰিটেইনক
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...