Sunday, October 2, 2022
HomeNewsআজিৰ পৰা আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহ

আজিৰ পৰা আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহ

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত আজিৰ পৰা চাৰিদিনীয়াকৈ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে একাদশ এ এছ জে এ আন্তঃ সংবাদ মাধ্যম ক্ৰীড়া সমাৰোহ । সমাৰোহৰ বেডমিণ্টন শাখাৰ খেলসমূহ আজি পুৱা ৯:১৫ বজাৰ পৰা অনুষ্ঠিত হৈছে। মহিলা আৰু পুৰুষ উভয় শাখাত অনুষ্ঠিত হ’ব লগীয়া এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে কনকলতা ইনড’ৰ ষ্টেডিয়ামত।

আনহাতে ১৪ মাৰ্চত এবিটা ইনড’ৰ হলত টেবুল টেনিছ আৰু ১৪-১৬ মাৰ্চত নেহৰু ষ্টেডিয়ামত হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰনী চেভেন-এ ছাইড ফুটবল (পুৰুষ) অনুষ্ঠিত হ’ব। সবিশেষ জানিবৰ বাবে পাৰ্থ চক্ৰৱৰ্তী ( ৯৮৬৪০ ৩৬৭৮৪), সুষিম ঘোষ (৯৪৩৫১-১৭৬৪২) অথবা সম্পাদক ইমতিয়াজ আহমেদৰ (৯৪৩৫১-৪০১২৬) সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments