Sunday, October 2, 2022
HomeNewsসন্তোষ ব্ৰহ্ম সোঁৱৰণী' আন্তঃক্লাব ক্ৰিকেট লীগ,ডলফিন 'বি'ৰ জয়যাত্ৰা অব্যাহত

সন্তোষ ব্ৰহ্ম সোঁৱৰণী’ আন্তঃক্লাব ক্ৰিকেট লীগ,ডলফিন ‘বি’ৰ জয়যাত্ৰা অব্যাহত

অলিম্পিয়া প্ৰতিবেদন, বঙাইগাওঁ

বেংতলৰ ডলফিন ‘বি’ ক্লাবে চিৰাং জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত চলা ‘সন্তোষ ব্ৰহ্ম সোঁৱৰণ ‘ জিলা আন্তঃক্লাব ক্ৰিকেট লীগত বেংতলৰ ডলফিন ‘বি’ ক্লাবে নিজৰ জয়যাত্ৰা অব্যাহত ৰাখিছে । বেংতলত ৰবিবাৰে অনুষ্ঠিত লীগৰ এখন খেলত ডলফিন ‘বি’ ক্লাবে বিজনীৰ প্ৰেৰণা ক্লাবক ৭ ৰাণত পৰাজিত কৰে । আকৰ্ষণীয় খেলখনত প্ৰথমে বেটিং কৰি ডলফিন ক্লাবে ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৯৫ ৰাণ কৰে । প্ৰত্যুত্তৰত প্ৰেৰণা ক্লাবে ১৯.১ অভাৰত ৮৮ ৰাণত ইনিংছ সামৰে । ডলফিনৰ হৈ মনজিত ৰায়ে সৰ্বাধিক ১৭ ৰাণৰ বৰঙণি আগবঢ়ায় আৰু ত্ৰিদীপ মুছাহাৰীয়ে ৪ টা উইকেট দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments