Tuesday, October 4, 2022
HomeNewsধুবুৰীত আন্তঃজিলা জ্যেষ্ঠ ভলিবল প্ৰতিযোগিতাৰ বাবে জিলা দলটো গঠনৰ প্ৰস্তুতি : আগ্ৰহীসকলে...

ধুবুৰীত আন্তঃজিলা জ্যেষ্ঠ ভলিবল প্ৰতিযোগিতাৰ বাবে জিলা দলটো গঠনৰ প্ৰস্তুতি : আগ্ৰহীসকলে যোগাযোগ কৰক

আন্তঃজিলা জ্যেষ্ঠ ভলিবল প্ৰতিযোগিতাৰ বাবে ধুবুৰী জিলা দলটো গঠনৰ প্ৰস্তুতি চলাই থকা হৈছে। সেই অনুসৰি গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠত ৭ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ বাচনি আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই বাচনি আৰু প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহীসকলে 9435324170 আৰু 6003070029 মোবাইল নম্বৰত যোগযোগ কৰি সবিশেষ জানিব পাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments