Wednesday, July 6, 2022
HomeNewsআন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ দেৱলক্ষ্মী পণ্ডিতৰ মৃত্যু; অসম অলিম্পিক সন্থাৰ শোক

আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ দেৱলক্ষ্মী পণ্ডিতৰ মৃত্যু; অসম অলিম্পিক সন্থাৰ শোক

অলিম্পিয়া প্রতিবেদন

আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ তথা অৱসৰপ্ৰাপ্ত শাৰীৰিক নিৰ্দেশিকা দেৱলক্ষ্মী পণ্ডিতৰ সোমবাৰে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৫ বছৰ। এগৰাকী প্ৰাক্তন খেলুৱৈ হোৱাৰ লগতে ক্রীড়া সংগঠক হিচাবে প্ৰয়াত দেৱলক্ষ্মী পণ্ডিতে অসমৰ ক্রীড়াক্ষেত্ৰলৈ অৱদান আগবঢ়াই গৈছে। তেওঁৰ মৃত্যুত অসম অলিম্পিক সন্থাৰ লগতে কামৰূপ জিলা ক্রীড়া বিভাগে গভীৰ শোক প্ৰকাশ কৰিছে। আজি পুৱা তেখেতৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কামৰূপ জিলা ক্রীড়া বিভাগৰ কৰ্মচাৰী, গুণমুগ্ধৰ লগতে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে। ইয়াৰ লগতে ক্রীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ সঞ্চালক পৱিত্ৰ ৰাম খাউণ্ডে প্ৰাক্তন ক্রীড়াবিদগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments