Monday, July 4, 2022
HomeNewsএসপ্তাহ পিছুৱাই দিয়া হৈছে আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় অল ষ্টাইল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ

এসপ্তাহ পিছুৱাই দিয়া হৈছে আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় অল ষ্টাইল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ

আগন্তুক বৰ্ষৰ প্ৰথম মাহতে ১৬ আৰু ১৭ তাৰিখে অনুষ্ঠিত হবলগীয়া আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় অল ষ্টাইল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ এসপ্তাহ পিছুৱাই দিয়া হৈছে। প্ৰতিযোগিতাখনৰ সমন্বয়ক গমে থাপাই এই কথা আমাৰ আগত জনাইছে। জানুৱাৰীৰ ১৬ আৰু ১৭ তাৰিখে অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাখন মকৰ সংক্ৰান্তি আৰু মাঘবিহু উপলক্ষে ২৩ আৰু ২৪ জানুৱাৰীলৈ পিছুৱাই দিছে।

উল্লেখ্য যে নেচনেল কুংফু ফেডাৰেচন অৱ ইণ্ডিয়া এণ্ড চাইনিজ ট্ৰেডিচনেল মাৰ্চিয়েল আৰ্টছ স্পৰ্টছ এছচিয়েশ্বনে অনুষ্ঠিত কৰা এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন অনুষ্ঠিত হব গুজৰাটৰ কান্দলা বিমান বন্দৰৰ কাষৰ ভাগেশ্বৰী টাউনশ্বিপ-৫ ৰ ক্লাব হাউছত।প্ৰতিযোগিতাখন উশ্বু, কাৰাটে, কিক বক্সিং, টাইকোৱাণ্ড, কুংফু, পুমছে, কাটা আদি সমৰকলাৰ সকলো ষ্টাইলতে অনুষ্ঠিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments