Monday, July 4, 2022
HomeNewsজানুৱাৰীত ৰাষ্ট্ৰীয় আমন্ত্ৰনমূলক অল ষ্টাইল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ

জানুৱাৰীত ৰাষ্ট্ৰীয় আমন্ত্ৰনমূলক অল ষ্টাইল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ

আগন্তুক বৰ্ষৰ প্ৰথম মাহতে ১৬ আৰু ১৭ তাৰিখে অনুষ্ঠিত হব আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় অল ষ্টাইল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ। উশ্বু, কাৰাটে, কিক বক্সিং, টাইকোৱাণ্ড, কুংফু, পুমছে, কাটা আদি সমৰকলাৰ সকলো ষ্টাইলতে অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত ভাগ লব বিছৰা ইচ্ছুক খেলুৱৈসকলে প্ৰতিযোগিতখনৰ সমন্বয়ক গমে থাপাৰ লগত যোগাযোগ কৰিব পাৰিব।

নেচনেল কুংফু ফেডাৰেচন অৱ ইণ্ডিয়া এণ্ড চাইনিজ ট্ৰেডিচনেল মাৰ্চিয়েল আৰ্টছ স্পৰ্টছ এছচিয়েশ্বনে অনুষ্ঠিত কৰা এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন অনুষ্ঠিত হব গুজৰাটৰ কান্দলা বিমান বন্দৰৰ কাষৰ ভাগেশ্বৰী টাউনশ্বিপ-৫ ৰ ক্লাব হাউছত।

গমে থাপা- 9954250501 ।

হোৱাটছাপ- 7982537966, 9104961573

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments