Wednesday, July 6, 2022
HomeNewsIPL ৰ সফলতাই জনপ্ৰিয় কৰিছে ৰোহিতক : লা লিগাৰ ফালৰ পৰা শুভেচ্ছা...

IPL ৰ সফলতাই জনপ্ৰিয় কৰিছে ৰোহিতক : লা লিগাৰ ফালৰ পৰা শুভেচ্ছা জনালে ৰোহিত শৰ্মা

পঞ্চম বাৰৰ বাবে আইপিএলৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হোৱা ৰোহিত শৰ্মালৈ আহিছে অনেক শুভেচ্ছা। দেশৰ সতীৰ্থৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ক্ৰিকেটাৰ, বিদেশৰ বৰ্তমানৰ লগতে পূৰ্বৰ অনেক ক্ৰিকেটাৰে শুভেচ্ছাৰে উপচাই পেলাইছে ৰোহিতক। অনুৰাগীসকলৰ কথা নকলোৱেই যেনিবা। ইয়াৰ মাজতে এটা কথা প্ৰমাণ হৈছে যে কেৱল ক্ৰিকেটৰ ক্ষেত্ৰখনত হে যে ৰোহিত জনপ্ৰিয় তেনে নহয়। ৰোহিতৰ জনপ্ৰিয়তা বা ৰোহিতৰ সাফল্য‌ই যে অন্যান্য ক্ৰীড়া ক্ষেত্ৰটো প্ৰভাৱ বিস্তাৰ কৰিছে তাৰ প্ৰমাণ লাভ কৰা গৈছে।

পঞ্চম বাৰৰ বাবে ট্ৰফী দখল কৰাৰ পিছত ৰোহিত শৰ্মালৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে লা লিগাৰ ফালৰ পৰা। লা লিগাৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা অধিনায়ক ৰোহিতলৈ প্ৰেৰণ কৰিলে শুভেচ্ছা বাৰ্তা। অৱশ্যে তেওঁলোকে টুইটাৰত দিয়া এই শুভেচ্ছাত এটা সৰু ভুল কৰিলে। তেওঁলোকে ৰোহিতে ৬ বাৰ ট্ৰফী জয় কৰিছে বুলি উল্লেখ কৰিছে। কিন্তু ৰোহিতে অধিনায়ক হিচাপে ৫বাৰ হে ট্ৰফী জয় কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments