Tuesday, October 4, 2022
HomeNewsনগাঁৱৰ ঘাঁহীত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

নগাঁৱৰ ঘাঁহীত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

✍️নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া ঘাঁহী চাৰিআলিৰ সমীপৰ অস্থায়ী খেলপথাৰত ঘাঁহী ইয়ুথ ক্লাবৰ উদ্যোগত অহা ১০ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ সদৌ অসম ভিত্তিত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । আয়োজক সমিতিৰ সভাপতি হিৰণ্য কুমাৰ দাস আৰু সম্পাদক মৌচম শৰ্মাই জনোৱা মতে প্ৰতিযোগিতাৰ চেম্পিয়ন দলক ট্ৰফীৰ লগতে নগদ সাত হেজাৰ টকা আৰু ফাইনেলিষ্ট দলক ট্ৰফীৰ লগতে নগদ পাঁচ হাজাৰ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰাৰ উপৰি মেন অৱ দ্য চিৰিজ আৰু মেন অৱ দ্য মেচৰূপে বিবেচিত খেলুৱৈকো বিশেষ বঁটাৰে পুৰস্কৃত কৰা হ’ব ৷ এই প্ৰতিযোগিতাৰ ভৰ্তি মাচুল পাঁচশ এটকা নিৰ্দ্ধাৰণ কৰা হৈছে । ইয়াত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক দলসমূহক প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ জানিবৰ বাবে ৭০০২৪-৯৫১৪১,৭০০২৯-২৭৫৫০,৬০০২২-৬২১৬৩ নম্বৰত শীঘ্ৰে যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments