Wednesday, October 5, 2022
HomeNewsবর্ষাপাৰাত IPL: বিষয় পালেগৈ উচ্চ ন্যায়ালয়ৰ মজিয়া

বর্ষাপাৰাত IPL: বিষয় পালেগৈ উচ্চ ন্যায়ালয়ৰ মজিয়া

বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত IPL অনুষ্ঠিত হোৱাক লৈ পুনৰ অনিশ্চয়তাই গা কৰি উঠিছে। কিছুদিন আগতে আই পি এল গৱৰ্নিং পৰিষদে ৰাজস্থান ৰয়েলছৰ তিনিখন মেচ গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে সেউজ সংকেত দিয়াৰ বাতৰি olympiasports. in য়েই প্ৰকাশ কৰিছিল। অসম ক্ৰিকেট সন্থাইও বিভিন্ন সময়ত বর্ষাপাৰাত আই পি এলৰ মেচ অনুষ্ঠিত হ’ব বুলি স্পষ্টভাৱে কৈ আহিছিল।কিন্তু এইবাৰ বর্ষাপাৰাত আই পি এল অনুষ্ঠিত হোৱাৰ বিষয়টো পালেগৈ উচ্চ ন্যায়ালয়ৰ মজিয়া। ৰাজস্থানৰ এজন ক্ৰিকেটপ্ৰেমীয়ে ৰাজস্থান ৰয়েলছৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ৰাজস্থান উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এখন ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন। ৰাজস্থানৰ বিমল চৌধুৰী নামৰ লোকজনে বর্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ মেচ অনুষ্ঠিত কৰাৰ বিৰোধিতাৰে এই আৱেদন দাখিল কৰে।

উচ্চ ন্যায়ালয়েও এই আৱেদনৰ শুনানিৰ দিন ধাৰ্য কৰিছে ১৩ ফেব্ৰুৱাৰী। আদালতে ইতিমধ্যে বি চি চি আই, ৰাজস্থান ৰয়েলছক এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments