Tuesday, July 5, 2022
HomeNewsপুনৰ খেলপথাৰত নামিব ইৰফান পাঠান

পুনৰ খেলপথাৰত নামিব ইৰফান পাঠান

অলিম্পিয়া প্ৰতিবেদন

পুনৰ ক্ৰিকেট পথাৰত নামিব এসময়ৰ ভাৰতৰ অলৰাউণ্ডাৰ ইৰফান পাঠান। পাঠানে লংকান প্ৰিমীয়াৰ লীগত কেণ্ডি টাছকাৰ্ছৰ হৈ অংশগ্ৰহণ কৰিব পাঠানে। উল্লেখযোগ্য যে, শ্ৰীলংকাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ক্ৰিকেট লীগ।

ইতিমধ্যে ক্ৰিকেটাৰজনৰ লগতে এই কথা নিশ্চিত কৰিছে দলটোৰ প্ৰশিক্ষক হাছান তিলকৰত্নেই। পাঠানে যোগদান কৰা দলটোত তেওঁৰ লগতে টি টুৱেন্টি ক্ৰিকেটৰ বিশেষজ্ঞ বেটছমেন ক্ৰিছ গেইল, লিয়াম প্লেংকেট, ৱাহাব ৰিয়াজ আৰু কুশল পেৰেৰায়ো খেলিব।

৩৬ বছৰীয়া পাঠানে শেষবাৰৰ বাবে টি-টুৱেন্টি ক্ৰিকেটত অংশ লৈছিল ২০১৯ ৰ ফেব্ৰুৱাৰীত। বৰ্তমান তেওঁক আই পি এলৰ ধাৰাভাষ্যকাৰ ৰূপত দেখা পোৱা গৈছে। ২০১৯-২০ ত জম্মু কাশ্মীৰ দলৰ প্ৰশিক্ষণৰ দায়িত্ব গ্ৰহণ কৰা পাঠানে এই সুযোগ লাভ কৰি আনন্দিত বুলি মন্তব্য কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments