Wednesday, July 6, 2022
HomeNewsজে কে বৰুৱা ক্ৰিকেট: চেণ্ট্ৰেল আছাম জ'নত গোলাঘাটৰ জয়লাভ

জে কে বৰুৱা ক্ৰিকেট: চেণ্ট্ৰেল আছাম জ’নত গোলাঘাটৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

ৰাজ্যত চলি থকা জে কে বৰুৱা ক্ৰিকেটৰ আজি অনুষ্ঠিত চেণ্ট্ৰেল আছাম জ’নৰ এখন মেচত গোলঘাটে নগাঁৱক পৰাস্ত কৰি চেকেণ্ড ৰাউণ্ডত প্ৰৱেশ কৰিছে। মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ মেচখনত গোলাঘাটে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

গোলাঘাটে ৪০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্ৰহ কৰে। গোলাঘাটৰ হৈ বিক্ৰম ৰাৱাটে সৰ্বাধিক ৭৩ ৰান সংগ্ৰহ কৰে। নগাঁৱৰ হৈ বিজয় শৰ্মাই ৪ টা উইকেট লাভ কৰে। ১৮৯ ৰানৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা নগাঁৱে ৩৮.৩ বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৫ ৰানতে নিজৰ ইনিংছ সামৰে। দলটোৰ হৈ প্ৰাণজিত বৰাই ৮৫ ৰান কৰাৰ বিপৰীতে বিপক্ষ দলৰ তিলক চেত্ৰীয়ে ৩ টা উইকেট দখল কৰিবলৈ সক্ষম হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments