✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন
গোলাঘাটত আয়োজিত জে কে বৰুৱা ট্ৰফী আন্তঃজিলা ক্ৰিকেট (অনূৰ্ধ-১৯) প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে ৰাওণা হোৱা নগাঁও জিলা দলটোৰ খেলুৱৈসকল হ’ল– দীপক পাচি, বিশ্বজিৎ চমুৱা, প্ৰিয়াঞ্চু দত্ত, প্ৰাণজিত বৰা (অধিনায়ক), অৰ্ণৱ বৰা, আয়ুষ্মান বৰাল, গোপালকৃষ্ণ ঘোষ, ৱাছিম খান, ময়ুৰ জ্যোতি বৰা, ফাৰুক শ্বেইখ, নীলদীপ্ত কাশ্যপ, দীনেশ কুমাৰ সাহানী, অভয় দাস, প্ৰিয়ম বৰা আৰু নীল কুমাৰ দাস । উল্লেখিত দলটোত ভাস্কৰজ্যোতি কোঁৱৰ প্ৰশিক্ষক আৰু শোণিত কুমাৰ বৰুৱা মেনেজাৰৰূপে আছে ।