Monday, October 3, 2022
HomeNewsজে কে বৰুৱা ট্ৰফীৰ নগাঁও জিলা ক্ৰিকেট দল

জে কে বৰুৱা ট্ৰফীৰ নগাঁও জিলা ক্ৰিকেট দল

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

গোলাঘাটত আয়োজিত জে কে বৰুৱা ট্ৰফী আন্তঃজিলা ক্ৰিকেট (অনূৰ্ধ-১৯) প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে ৰাওণা হোৱা নগাঁও জিলা দলটোৰ খেলুৱৈসকল হ’ল– দীপক পাচি, বিশ্বজিৎ চমুৱা, প্ৰিয়াঞ্চু দত্ত, প্ৰাণজিত বৰা (অধিনায়ক), অৰ্ণৱ বৰা, আয়ুষ্মান বৰাল, গোপালকৃষ্ণ ঘোষ, ৱাছিম খান, ময়ুৰ জ্যোতি বৰা, ফাৰুক শ্বেইখ, নীলদীপ্ত কাশ্যপ, দীনেশ কুমাৰ সাহানী, অভয় দাস, প্ৰিয়ম বৰা আৰু নীল কুমাৰ দাস । উল্লেখিত দলটোত ভাস্কৰজ্যোতি কোঁৱৰ প্ৰশিক্ষক আৰু শোণিত কুমাৰ বৰুৱা মেনেজাৰৰূপে আছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments