Tuesday, July 5, 2022
HomeNews২০ ফেব্ৰুৱাৰীৰ পৰা জে কে বৰুৱা অনুর্ধ ১৯ বৰ্ষৰ আন্তঃজিলা ক্ৰিকেট

২০ ফেব্ৰুৱাৰীৰ পৰা জে কে বৰুৱা অনুর্ধ ১৯ বৰ্ষৰ আন্তঃজিলা ক্ৰিকেট

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অহা ২০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব জে কে বৰুৱা অনুর্ধ ১৯ বৰ্ষৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট। ৰাজ্যৰ সকলো জিলাৰ ৩৯ টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন ৬ টা মণ্ডলত অনুষ্ঠিত হ’ব। মেচসমূহ ৫০ অভাৰৰ এদিনীয়া ফৰ্মেটত খেলোৱা হ’ব।

হেড কোৱাৰ্টাৰ মণ্ডলৰ মেচসমূহ গোৱালপাৰাত অনুষ্ঠিত হোৱাৰ বিপৰীতে দক্ষিণ মণ্ডলৰ মেচসমূহ অনুষ্ঠিত হ’ব শিলচৰত। চেণ্ট্ৰেল আছাম মণ্ডলৰ মেচসমূহ মৰিগাঁও, উত্তৰ মণ্ডলৰ মেচসমূহ ধেমাজি, নামনি মণ্ডলৰ মেচসমূহ বঙাইগাঁও আৰু উজনি মণ্ডলৰ মেচসমূহ তিনিচুকীয়াত আয়োজন কৰা হৈছে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনাইছে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই।

মেচৰ সূচীসমূহ তলত উল্লেখ কৰা ধৰণৰ:

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments