Tuesday, October 4, 2022
HomeNewsকামৰূপ জিলা পাঞ্জা স্থগিত

কামৰূপ জিলা পাঞ্জা স্থগিত

গুৱাহাটী, ১৭ মাৰ্চ: ক’ৰ’নাভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে অহা ২২ মাৰ্চত আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব লগা ৪৪ সংখ্যক কামৰূপ জিলা পাঞ্জা প্ৰতিযোগিতা পৰৱৰ্তী জাননী পৰ্যন্ত স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে কামৰূপ জিলা পাঞ্জা সংস্থাই ৷ খেলুৱৈসকলক অধিক তথ্যৰ বাবে সাধাৰণ সম্পাদক দেৱজিৎ শৰ্মাৰ সৈতে ৬৯০০৯২৯৭০০ নম্বৰত যোগাযোগ কৰিবলৈ এটা বিবৃতিত অনুৰোধ জনোৱা হৈছে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments