Monday, October 3, 2022
HomeNewsখেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত অংশ ল'ব অসমৰ তিনি কাৰাটেকাই

খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত অংশ ল’ব অসমৰ তিনি কাৰাটেকাই

অলিম্পিয়া প্ৰতিবেদন

সমাগত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ বাবে নিৰ্বাচিত হৈছে অসমৰ তিনি গৰাকী মহিলা কাৰাটেকা | তেওঁলোক তিনিও অসম অলিম্পিক সন্হাৰ অধীনৰ অসম ৰাজ্যিক কাৰাটে সন্হাৰ সদস্যা | ইয়াৰ ভিতৰত জোনমণি দাস আৰু চান্দনী জৈনে ক্ৰমে কুমিটে আৰু কাটা ইভেন্টত গুৱাহাটী বিশ্যবিদ্যালয়ক প্রতিনিধিত্ব কৰিব | ইফালে ইমন গগৈয়ে কুমিটেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ খেলিব | এই বাতৰি প্ৰেৰণ কৰিছে অসম ৰাজ্যিক কাৰাটে সন্হাৰ তদৰ্থ কমিটিৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে |

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments