Wednesday, October 5, 2022
HomeNewsজেণ্ডোকাই কাৰাটে বেল্ট পৰীক্ষা সম্পন্ন

জেণ্ডোকাই কাৰাটে বেল্ট পৰীক্ষা সম্পন্ন

অলিম্পিয়া প্ৰতিবেদন

মাছাকীয় চেল্ফ ডিফেন্স একাডেমীৰ উদ্যোগত আৰু অল ইণ্ডিয়া জেণ্ডোকাই কাৰাটে এছচিয়েচনৰ সহযোগত দেওবাৰে
মালিগাঁও নেতাজী বিদ্যাপীঠ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে
কাৰাটেৰ বেল্ট পৰীক্ষা সম্পন্ন হৈ যায় । মুখ্য প্ৰশিক্ষক মনোজিত সিংহই বেল্ট পৰীক্ষা কাৰ্যসূচীৰ আঁত ধৰে । লগতে বেল্ট পৰীক্ষা কাৰ্য্যসূচীত তেওঁক সহযোগিতা কৰে কাৰাটে প্ৰশিক্ষক উমানন্দ কাপৰি আৰু প্ৰশিক্ষক মীনাক্ষী সিংহই । উল্লেখযোগ্য যে এই বেল্ট পৰীক্ষাত মুঠ ১০০ জন ছাত্ৰ – ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
পৰীক্ষাৰ উত্তীৰ্ণ ২২ জন পৰীক্ষাৰ্থীক হালধীয়া বেল্ট আৰু ৫ জন পৰীক্ষাৰ্থীক সুমঠিৰা ( অৰেঞ্জ ) ৰঙৰ বেল্ট প্ৰদান কৰা হয় ।
আনহাতে বিদ্যালয় খনৰ অধ্যক্ষ অনিল চন্দ্ৰ বৰ্মনে বেল্ট পৰীক্ষাত উত্তীৰ্ণ কাৰাটে ছাত্ৰ – ছাত্ৰীসকলক শুভেছা জনায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments