Tuesday, October 4, 2022
HomeNewsখেলো ইণ্ডিয়া য়ুথ গেমছৰ দিন সলনি

খেলো ইণ্ডিয়া য়ুথ গেমছৰ দিন সলনি

অলিম্পিয়া প্ৰতিবেদন

হাৰিয়ানাত ২০২২ ৰ ৫ পৰা পৰা ১৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছৰ দিন সলনি কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ৩১ মাৰ্চত জাৰী কৰা এক জাননী অনুসৰি এই গেমছ ৪ ৰ পৰা ১৩ জুনত অনুষ্ঠিত হ’ব। ক’ভিড মহামাৰীৰ বাবে হাৰিয়ানাৰ খেলো ইণ্ডিয়া য়ুথ গেমছৰ সূচী পুনৰ নিৰ্ধাৰণ কৰা হয় । এই কথা জনাইছে আয়োজক কমিটিৰ অধ্যক্ষ অমৰ জ্যোতিয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments