Tuesday, July 5, 2022
HomeNewsমঙলদৈত কিক বক্সিঙৰ বাৰ্ষিক সমাৰোহ ,৬০ গৰাকী খেলুৱৈক বেল্ট প্ৰদান

মঙলদৈত কিক বক্সিঙৰ বাৰ্ষিক সমাৰোহ ,৬০ গৰাকী খেলুৱৈক বেল্ট প্ৰদান

অলিম্পিয়া প্ৰতিবেদন

এমেচাৰ কিক বক্সিং সন্থা, অসমৰ অন্তৰ্গত দৰং জিলা কিক বক্সিং সন্থাৰ বাৰ্ষিক সমাৰোহখন দেওবাৰে মঙলদৈ ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । এই সমাৰোহত মঙলদৈ আৰু দলগাঁও বেছিমাৰীৰ ৬০ গৰাকী খেলুৱৈক য়েল্ল’, অৰেঞ্জ, গ্ৰীণ, ব্ৰাউন আৰু ব্লেক বেল্ট প্ৰদান কৰা হয় । বেল্ট লাভ কৰি উৎসাহিত হৈ পৰা খেলুৱৈসকলে আহৰণ কৰা কৌশলসমূহ প্ৰদৰ্শন কৰে । এই অনুষ্ঠানত এমেচাৰ কিক বক্সিং সন্থা, অসমৰ সভাপতি সহ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে । দৰং জিলা কিক বক্সিং সন্থাৰ মুখ্য উপদেষ্টা জনাৰ্দন দাস, মুখ্য প্ৰশিক্ষক আলাউদ্দিন শ্বেখ উপস্থিত থাকে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments