Wednesday, September 28, 2022
HomeNewsক'ভিডত আক্ৰান্ত ক্ৰুনাল পাণ্ডিয়া; ভাৰত-শ্ৰীলংকাৰ শৃংখলা ব্যাঘাত

ক’ভিডত আক্ৰান্ত ক্ৰুনাল পাণ্ডিয়া; ভাৰত-শ্ৰীলংকাৰ শৃংখলা ব্যাঘাত

অলিম্পিয়া প্রতিবেদন

ভাৰতীয় ক্ৰিকেটাৰ ক্ৰুনাল পাণ্ডিয়া আক্ৰান্ত হৈছে ক’ভিড-১৯। মঙ্গলবাৰে খেলুৱৈগৰাকীৰ ফলাফল পজিটিভ অহাৰ পিছত ভাৰত আৰু শ্ৰীলংকাৰ দ্বিতীয়খন টি টুৱেন্টি বাতিল কৰা হৈছে। মঙ্গলবাৰৰ বিপৰীতে এতিয়া মেচখন বুধবাৰে অনুষ্ঠিত হ’ব। দলটোৰ সদস্যসকল বৰ্তমান আছুতীয়াকৈ আছে। পৰৱৰ্ত্তী সময়ত সকলো খেলুৱৈ ফলাফল নিগেটিভ আহিলেহে মেচখন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে শ্ৰীলংকা ভ্ৰমণৰত ভাৰতীয় দলটোৱে প্ৰথমে এদিনীয়া শৃংখলা জিকাৰ পিছত টি টুৱেন্টি শৃংখলাৰ প্ৰথমখন মেছতো শ্ৰীলংকাক ৩৮ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments