Sunday, October 2, 2022
HomeNewsপুনৰ স্থান লাভ লিয়েণ্ডাৰ পেজৰ

পুনৰ স্থান লাভ লিয়েণ্ডাৰ পেজৰ

  • আগন্তুক ডেভিজ কাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে।
  • দলটোত স্থান লাভ কৰিছে ভাৰতৰ প্ৰবীন টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে।
  • ক্ৰৱেছিয়াৰ বিৰুদ্ধে আগন্তুক ৬ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ অনুষ্ঠিত হব ডেভিজ কাপ।
  • ভাৰতীয় টেনিছ এছ’চিয়েছনে ঘোষণা কৰিছে দলটো।
  • দলটোত স্থান লাব কৰিছে আন ছয় গৰাকী খেলুৱৈয়ে।
  • দলটোত স্থান লাভ কৰা আন খেলুৱৈ সকল হল প্ৰাজনেশ গুনেশ্বৰ, সুমিত নাগল, ৰাজ কুমাপ ৰামনাথন, ৰোহন বোপান্না, ডিভিজ চাৰণ।
  • আনহাতে দলটোত ননপ্লেয়িং অধিনায়ক ৰোহিত ৰাজপাল।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments