অলিম্পিয়া প্ৰতিবেদন
মঙ্গলবাৰে সামৰণি পৰে আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ। ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক পাঁচ উইকেটত পৰাস্ত কৰি হস্তগত কৰে আই পি এল-১৩ৰ ট্ৰফী। এইবাৰ ফাইনেলত সৰ্বমুঠ ৫৪ কোটি টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। এয়া আছিল আই পি এলৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বাধিক পুৰস্কাৰৰ পৰিমাণ। বহুকেইটা শিতানত বঁটাসমূহ প্ৰদান কৰা হয়। চাওঁ আহকচোন পুৰস্কাৰৰ বাবদ কোনে কিমান টকা লাভ কৰিলে।
মেন অব দ্য ফাইনেল – ট্রেন্ট ব’ল্ট (৫ লাখ টকা)
ইমার্জিং প্লেয়াৰ অব দ্য চিজন – দেবদূত পাড়িকাল (১০ লাখ )
ভেলুৱেবল প্লেয়াৰ অব দ্য চিজন – জোফ্ৰা আর্চাৰ (১০ লাখ)
গেমচেঞ্জাৰ অব দ্য চিজন – লোকেশ ৰাহুল (১০ লাখ)
চুপাৰস্ট্রাইকাৰ অব দ্য চিজন – কাইৰন পোলার্ড (১০ লাখ)
সর্বোচ্চ ছয় – ইষান কিষান (১০ লাখ)
পাৱাৰ প্লেয়াৰ অব দ্য চিজন – ট্রেন্ট ব’ল্ট (১০ লাখ)
পার্পল কেপৰ বিজেতা – কাগিছ’ ৰাবাদা (১০ লাখ)
অৰেঞ্জ কেপৰ বিজেতা – লোকেশ ৰাহুল (১০ লাখ)
ফেয়াৰপ্লে এৱাৰ্ড – মুম্বাই ইণ্ডিয়ানছ (আৰ্থিক পুৰস্কাৰ নাই)
চতুর্থ স্থান – ৰয়েল চেলেঞ্জাৰ্ছ ববেংগালুৰু (৮.৭৫ কোটি)
তৃতীয় স্থান – ছানৰাইজাৰ্ছ হায়দৰাবাদ (৮.৭৫ কোটি )
ৰানাৰ্ছআপ – দিল্লী কেপিটেলছ (১২.৫০ কোটি)
চেম্পিয়ন – মুম্বাই ইণ্ডিয়ানছ (২০ কোটি)