Friday, September 30, 2022
HomeNewsএকেখন মঞ্চতে লাভলীনা-জুবিন!!

একেখন মঞ্চতে লাভলীনা-জুবিন!!

অলিম্পিয়া প্রতিবেদন

একেখন মঞ্চতে সাম্প্ৰতিক সময়ৰ দুই জনপ্ৰিয় মুখ লাভলীনা আৰু জুবিন। এটা বিশেষ প্ৰকল্পৰ কামত দুয়োকে একেলগে দেখা গৈছে। ক’ত কি বিশেষ প্ৰকল্পত দুয়ো ব্যস্ত হৈ পৰিছে জানিবলৈ তলৰ লিংকত চাওক আমাৰ বিশেষ প্রতিবেদন। অসমৰ ক্রীড়া সম্পৰ্কীয় এনে বা-বাতৰিৰ বাবে ইউটিউব চেনেলটো subscribe কৰিবলৈ নাপাহৰিব।

YouTube player
একেলগে জুবিন লাভলীনা
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments