Friday, September 30, 2022
HomeNewsজগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীতৰয়েল গ্লবেলৰ জয়

জগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীতৰয়েল গ্লবেলৰ জয়

অলিম্পিয়া প্ৰতিবেদন

মঙ্গলদৈ ষ্টেডিয়ামত পূৰ্ণগতিত চলি আছে জগতচন্দ্ৰ দাস সোঁৱৰণী চতুৰ্থ টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট । ২২ য়াৰ্ডছ গ্ল’ৰীৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ বৃহস্পতিবাৰৰ মেচত ৰয়েল গ্লবেল একাডেমীয়ে ১৬ ৰাণত পৰাস্ত কৰে নিৰ্বাণা স্পৰ্টছ একাডেমী দলক । ৰয়েলে নিৰ্ধাৰিত ১৬ অভাৰত ১২৪ ৰাণ কৰে । দলৰ ৰোহিত সেনে ৪৮ আৰু মুখতাৰ হুছেইনে ২৮ ৰাণৰ বৰঙণি যোগায় । প্ৰত্যূত্তৰত নিৰ্বাণ দলে অবিনাশ ৰণিয়াৰ আৰু শ্ৰাৱণ কুমাৰ উভয়ৰে ৩১ ৰাণ সত্ত্বেও ৬ উইকেটত ১০৮ ৰাণতে থমকি ৰয় । বেটিঙৰ লগতে বলিঙতো ৩ টা উইকেট দখল কৰা মুখতাৰে মেন অৱ দ্য মেচৰ ট্ৰফী লাভ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments