Monday, October 3, 2022
HomeNewsপ্ৰিকোৱাৰ্টাৰলৈ উন্নীত; মেৰীকমৰ মাধ্যমৰে পুনৰ পদকৰ আশা ভাৰতৰ

প্ৰিকোৱাৰ্টাৰলৈ উন্নীত; মেৰীকমৰ মাধ্যমৰে পুনৰ পদকৰ আশা ভাৰতৰ

অলিম্পিয়া প্রতিবেদন

অলিম্পিকত আজিৰ দিনটোত দেখা পোৱা গ’ল ভাৰতীয় মহিলাৰ দপদপনি। টেবুল টেনিছত মণিকা বাট্ৰাই, বেডমিণ্টনত পি ভি সিন্ধুই ভাল খবৰ কঢ়িয়াই অনাৰ পিছত বক্সিঙত জিলিকি উঠিল ভাৰতীয় বক্সিঙৰ গ্লেমাৰ গাৰ্ল মেৰীকম। দুৰ্দান্ত আৰম্ভণিৰে টকিঅ’ত নিজৰ অভিযান আৰম্ভ কৰা মেৰীকমৰ ৰূপত ভাৰতে পুনৰ দেখিছে অলিম্পিকত পদকৰ সম্ভাৱনা। মহিলাৰ ফ্লাইৱেইট শাখাত ডমিনিকান ৰিপাব্লিকৰ মিগুয়েলিনা হার্নান্দেজ গাৰ্চিয়াকে পৰাস্ত কৰিবলৈ সক্ষম হয় মেৰীকমে। বিপক্ষকে ৪-১ ব্যৱধানে পৰাস্ত কৰি শেষ ষোল্লত প্ৰৱেশ কৰে ভাৰতৰ তাৰকা বক্সাৰগৰাকীয়ে।

এই মুহূৰ্তত সকলোৰে আশা মেৰীকম পুনৰ জিলিকি উঠক, মেৰীকমৰ মাধ্যমৰে ভাৰতে আজুৰি আনক আন এক পদক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments