সদৌ অসম প্ৰগতিশীল জাগ্ৰত মঞ্চৰ উদ্যোগত আজি গুৱাহাটীৰ ভঙাগড়স্থিত শংকৰী কলা কৃষ্টি বিকাশ কেণ্দ্ৰত আজি ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ লগতে ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই অনুষ্ঠানত মাষ্টাৰ্ছ গেমছৰ ১০০ মিটাৰ , ৩০০ মিটাৰ হাৰ্ডলছ আৰু ২০০ মিটাৰ দৌৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাষ্টাৰ্ছ খেলুৱৈ ৰমেশ বৰুৱাক সম্বৰ্ধনা জনাই।বৰুৱা ডিব্ৰুগড়ৰ বাণীপুৰৰ বাসিন্দা।
মাষ্টাৰ্ছ খেলুৱৈ ৰমেশ বৰুৱাক সম্বৰ্ধনা
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...