Friday, September 30, 2022
HomeNewsতৃতীয় মাষ্টাৰ্ছ গেমছত ঋতুপৰ্ণ সোণোৱালৰ ৰূপৰ পদক অৰ্জন

তৃতীয় মাষ্টাৰ্ছ গেমছত ঋতুপৰ্ণ সোণোৱালৰ ৰূপৰ পদক অৰ্জন

গুজৰাটত অনুষ্ঠিত হোৱা তৃতীয় ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ ২০২০ ত অসমৰ ঋতুপৰ্ণ সোণোৱালে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। গুজৰাটৰ মাষ্টাৰ্ছ গেমছ এচ’ছিয়েছনে অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনত ঋতুপৰ্ণ সোণোৱালে বেডমিণ্টনত অংশগ্ৰহণ কৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সোণোৱালে প্ৰতিযোগিতাখনৰ পুৰুষ শাখাৰ ৩৫ বছৰ উৰ্ধৰ শাখাত অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে ডিব্ৰুগড়ৰ মানকটা টেপৰ গাঁৱৰ নিবাসী ঋতুপৰ্ণ বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী কৰ্মচাৰী।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments