Tuesday, October 4, 2022
HomeNewsমেচ ফিক্সিঙৰ বাবে নিলম্বন হ'ল এইগৰাকী বিখ্যাত ক্ৰিকেটাৰ

মেচ ফিক্সিঙৰ বাবে নিলম্বন হ’ল এইগৰাকী বিখ্যাত ক্ৰিকেটাৰ

পুনৰ মেচ ফিক্সিঙৰ সৈতে জড়িত হৈ পৰিল পাকিস্তানৰ ক্ৰিকেটাৰ। বিগত বছৰবোৰত পাাকিস্তান ক্ৰিকেট মেচ ফক্সিঙৰ বাবে বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে। পাকিস্তান ক্ৰিকেট আৰু মেচ ফিক্সিং দুয়োটাৰে যেন এৰাব নোৱাৰা সম্পৰ্ক। মেচ ফিক্সিঙৰ সৈতে জড়িত হোৱাৰ বাবেই নিলম্বিত হৈছে পাকিস্তান ক্ৰিকেট দলৰ বহুকেইজন প্ৰাক্তন ক্ৰিকেটাৰ । পুনৰ পোহৰলৈ আহিছে এনে এক অনুৰূপ ঘটনা। এইবাৰ মেচ ফিক্সিঙৰ সৈতে জড়িত হৈ পৰিছে প্ৰবীণ পাকিস্তানী ক্ৰিকেটাৰ ওমৰ আকমল। ইতিমধ্যে পাকিস্তান ক্ৰিকেট বৰ্ডে (পি চি বি) তৎকালিনভাৱে নিলম্বন কৰিছে । যাৰ বাবে খেলুৱৈগৰাকীয়ে যেতিয়ালৈকে এই গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় তেতিয়ালৈকে কোনোধৰণৰ খেলতে অংশ ল’ব নোৱাৰিব ।

উল্লেখ্য যে ২৯ বছৰীয়া ওমৰ আকমলে পাকিস্তান দলৰ হৈ এই পৰ্যন্ত ২২১ খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অংশ লোৱৰ লগতে ২ বাৰকৈ এদিনীয়া বিশ্বকাপ আৰু ৪ বাৰকৈ টি-২০ বিশ্বকাপত খেলিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments