Wednesday, October 5, 2022
HomeNews৭ মাৰ্চৰ পৰা সংবাদ মাধ্যম ক্ৰিকেট

৭ মাৰ্চৰ পৰা সংবাদ মাধ্যম ক্ৰিকেট

অলিম্পিয়া প্ৰতিবেদন

অহা ৭ মাৰ্চৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিতত হ’ব আন্ত:সংবাদ মাধ্যম টি-২০ ক্ৰিকেট প্ৰতিযোগিতা |
উত্তৰপূব মিডিয়া ক্ৰীড়া সমাৰোহৰ অংশ হিচাপে আয়োজিত টপচেম- এ এছ জে এ মিডিয়া ক্ৰিকেটত চাৰিটা দলে অংশ ল’ব |
দলকেইটা হ’ল– গুৱাহাটী প্ৰেছ ক্লাব, অসম ক্ৰীড়া সাংবাদিক একাদশ, মিডিয়া মেনেজমেন্ট আৰু প্ৰসাৰ ভাৰতী | আনহাতে ক্ৰীড়া সমাৰোহৰ অংশ হিচাপে ১০ আৰু ১১ মাৰ্চত হৰেন্দ্ৰনাথ বৰুৱা সংবাদ মাধ্যম ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি জনাইছে আয়োজক সমিতিৰ সম্পাদক ইমতিয়াজ আহমেদে |

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments