Monday, October 3, 2022
HomeNewsমীৰাবাঈ চানুৰ অভিলেখ

মীৰাবাঈ চানুৰ অভিলেখ

  • ৰাষ্ট্ৰীয় ভাৰোত্তোলনত মীৰাবাঈ চানুৰ অভিলেখ।
  • নিজৰেই পূৰ্বৰ অভিলেখ ভংগ কৰিলে মীৰাবাঈ চানুৱে ।
  • ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত মহিলাৰ ৪৯ কেজি শাখাত ভাৰোত্তোলক গৰাকীয়ে অভিলেখ সৃষ্টি কৰি দখল কৰিলে স্বৰ্ণ পদক।
  • ২৫ বৰ্ষীয় ভাৰোত্তোলকগৰাকীয়ে স্নেটচত ৮৮ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১১৫ কেজিসহ মুঠ ২০৩ কেজি ওজন দাঙে।
  • বৰ্তমান মীৰাবাঈ বিশ্ব ৰেংকিঙত চতুৰ্থস্থানত আছে।
  • ইয়াৰ পূৰ্বে ভাৰোত্তোলকগৰাকীয়ে ২০১ কেজি ওজন দাঙি অভিলেখ সৃষ্টি কৰিছিল।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments