Wednesday, October 5, 2022
HomeNewsমিছন টেলেণ্ট হান্ট:মৰিগাঁৱত অলিম্পিক সন্থাৰ মত বিনিময় অনুষ্ঠান

মিছন টেলেণ্ট হান্ট:মৰিগাঁৱত অলিম্পিক সন্থাৰ মত বিনিময় অনুষ্ঠান

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সপোনৰ প্ৰকল্প ‘ গ্রাছৰুট অলিম্পিক- মিছন টেলেণ্ট হান্ট’ক সাফল্যমণ্ডিত কৰি তুলিবলৈ অসম অলিম্পিক সংস্থাই জিলা পৰ্যায়ত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছে। তাৰেই অংশস্বৰূপে মৰিগাঁৱৰ জিলা ক্ৰীড়া সন্থা তথা আন্তঃমণ্ডল ক্ৰীড়া সন্থাসমূহৰ মাজত অনুষ্ঠিত হোৱা মত বিনিময় অনুষ্ঠানত ভাগ লয় অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, কোসাধক্ষ তপন দাস আৰু উপ সভাপতি বিষ্ণুৰাম নুনিচাই। মত বিনিময় অনুষ্ঠানটোত অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰীৰ ‘গ্ৰাছৰুট অলিম্পিক: মিছন টেলেণ্ট হান্ট’ শীৰ্ষক প্ৰকল্পৰ কিদৰে কাৰ্যকৰী কৰিব পাৰি, লগতে প্ৰকল্পটো কেনেদৰে সফলকাম কৰি তুলিব পাৰি সেই বিষয়ে আলোচনা কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments